পুৰবী ডেইৰীৰ গাখীৰৰ মূল্য ১ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৱামুলৰ
গুৱাহাটী : অসমৰ দুগ্ধখেতিয়কসকলক বহনক্ষম লাভজনক মূল্য প্ৰদান অব্যাহত ৰখাৰ বাবে, গুৱাহাটীস্থিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে (ৱামুল), যাক পুৰবী ডেইৰী বুলি জনা যায়, ইয়াৰ সকলো পেষ্টুৰাইজড পাউচ গাখীৰ প্ৰকাৰৰ মূল্য প্ৰতি ৫০০ মিলি পাউচত ১ টকাকৈ বৃদ্ধি …