উৰুকা উপলক্ষে মাছৰ বজাৰ সমূহত ৰাইজৰ ভিৰ

গুৱাহাটী ১৩ জানুৱাৰী ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীকলৈ উখল মাখল পৰিৱেশ। মেজিৰ বাকৰিত এসাজ খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ। উৰুকা উদযাপনৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰবাসী। পুৱাৰ ভাগৰে পৰা মহানগৰীৰ বজাৰ সমূহত উৰুকাৰ সাজৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত …

শ্ৰীৰামপুৰত আদিবাসী সকলৰ সৰনা ধৰ্ম কোড আৰু জনজাতিকৰণৰ দাবীত জনসভা

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৩ জানুৱাৰী শ্ৰীৰামপুৰত আদিবাসী সকলৰ সৰনা ধৰ্ম কোড আৰু জনজাতিকৰণৰ দাবীত জনসভা।অসমৰ আদিবাসী সকল এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও কংগ্ৰেছ, বিজেপি আৰু অগপ কোনো এটা দলেও গুৰুত্ব সহকাৰে লৈ আদিবাসী সকলৰ সমস্যা সমাধান নকৰাৰ অভিযোগ …

ৰেংবেঙত শোকাবহ পথ দুৰ্ঘটনাঃ দুজন থিতাতে নিহত, আহত তিনিজন

কুন্দন ভৰালী নগাঁও ১২ জানুৱাৰী ভোগালী বিহুৰ আনন্দৰ মাজতে নগাঁও জিলাৰ ৰেংবেঙত শোকাবহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত দুজন থিতাতে নিহত হোৱাৰ লগতে আহত হৈছে তিনিজনকৈ লোক। তীব্ৰ বেগী ট্ৰাকৰ খুন্দা মাৰে বলেৰত। নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেঙত মঙলাবাৰে সন্ধিয়া সংঘটিত হয় …

আগমনীত ভয়াবহ পথ দুৰ্ঘটনা

আনিছুৰ গৌৰীপুৰ ১২ জানুৱাৰী ধুবুৰী জিলাৰ আগমনীত ভয়াবহ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক। ধুবুৰী জিলাৰ আগমনীৰ ৰতিয়াদহত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা৷ মালবাহী ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত …

২৪ ঘণ্টা পাৰ নহওতেই ছয় জনকৈ কংগ্ৰেছী ৱাৰ্ড মেম্বৰৰ আত্মসমৰ্পন

আব্দুল হক নগৰবেৰা ১১ জানুৱাৰী ২৪ ঘণ্টা পাৰ নহওতেই ছয় জনকৈ কংগ্ৰেছী ৱাৰ্ড মেম্বৰৰ আত্মসমৰ্পন৷ বিধায়কৰ বাসভৱনত গেৰুৱা বসন পিন্ধা পঞ্চায়তৰ মেম্বৰৰ সৈতে হোৱা ৰুদ্ধধাৰ বৈঠকৰ পিছতেই সুৰসলালে ছগৰাকী সদস্যই৷ বিজেপিলৈ গৈ পুনৰ ঘূৰি আহিল কংগ্ৰেছ দললৈ। শনিবাৰে বৰপেটা জিলাৰ …

ডঃ ৰঞ্জনা দাসলৈ সতী ৰাধিকা বঁটা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১১ জানুৱাৰী ডঃ ৰঞ্জনা দাসলৈ সতী ৰাধিকা বঁটা। শিৱসাগৰত ডঃ ৰঞ্জনা দাসলৈ প্রদান কৰা হয় সতী ৰাধিকা বঁটা। শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা। শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত …

এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন

কুন্দন ভৰালী নগাঁও ১০ জানুৱাৰী নগাঁৱত এইবাৰ এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন। আৰক্ষীৰ অভিযানত হেৰ’ইনসহ আটক দুজন। ব্যক্তিগত এম্বুলেঞ্চৰ চালক আৰু সহযোগীক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰে। নগাঁৱত এখন ব্যক্তিগত এম্বুলেঞ্চৰ পৰা নিষিদ্ধ হেৰ’ইন জব্দ হোৱাক লৈ সৃষ্টি …

মাছ ধৰাৰ বাবে ভাঙি পেলালে ঐতিহাসিক বগীদ’লৰ ৰজাদিনীয়া বৰপুখুৰীৰ পাৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১০ জানুৱাৰী শিৱসাগৰত ঐতিহ্যত মোক্ষম আঘাত৷ সভ্যতাত কুঠাৰঘাত হানি দুস্কৃতিকাৰীয়ে ভাঙি পেলালে ঐতিহাসিক বগীদ’লৰ ৰজাদিনীয়া বৰপুখুৰীৰ পাৰ৷ মাছ ধৰাৰ বাবে দুস্কৃতিকাৰীয়ে জেচিবিৰ সহায়ত ভাঙি পেলালে ঐতিহাসিক বগীদ’লৰ ৰজাদিনীয়া বৰপুখুৰীৰ পাৰ৷ শিৱসাগৰত ঐতিহ্যত মোক্ষম …

গ্রন্থমেলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী  ৯ জানুৱাৰী গ্রন্থমেলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়ােজিত ৩৩ তম গুৱাহাটী গ্রন্থমেলা পৰিদর্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কিতাপৰ সান্নিধ্য লাভৰ বাবে গ্ৰন্থমেলাৰ বাকৰিত ৰাইজৰ ভিৰ অসমৰ বৌদ্ধিক ক্ষেত্ৰৰ বাবে এক আশাপ্রদ দিশ বুলি গ্ৰন্থমেলাত মন্তব্য প্ৰকাশ …

বিজেপি প্ৰতিশোধ পৰায়ণ আৰু হিংসুক চৰকাৰ : লুৰিণজ্যোতি গগৈ

কুন্দন ভৰালী নগাঁও  ৮ জানুৱাৰী বিজেপি প্ৰতিশোধ পৰায়ণ আৰু হিংসুক চৰকাৰ। বঢ়মপুৰত বিজেপি চৰকাৰক তুলা-ধূলা লুৰিণজ্যোতি গগৈৰ। পুঁঁজিপতিৰ স্বাৰ্থত কাম কৰা এইখন চৰকাৰৰ বাবে আৰক্ষীৰ দ্বাৰা ভয় খুৱাই অথবা ভীতি প্ৰদৰ্শন কৰি খিলঞ্জীয়াৰ ভূমি দখল কৰাটো তেনেই সাধাৰণ কথা বুলি …