পিতৃক হত্যাৰ চেষ্টা চলাই ৰাইজৰ হাতত আটক পুত্ৰ
হাটশিঙিমাৰী ২২ এপ্ৰিল হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। দেগাৰেৰে পিতৃক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে পুত্ৰই। আক্ৰমণকাৰী পুত্ৰক ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। পূৰ্বে মাতৃক হত্যাৰ চলাইছিল যুৱকজনে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এক …