ভোট বর্জনৰ সিদ্ধান্ত গৃহৰক্ষী সন্থাৰ
জোনমণি বেগম বিশ্বনাথ ১ মাৰ্চ বিভিন্ন দাবীত বিশ্বনাথত কৰ্ম বিৰতি পালন গৃহৰক্ষী সন্থাৰ। আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাবী পূৰণ নহ’লে নিৰ্বাচনী কৰ্তব্যৰ পৰা আঁতৰি থকাৰ লগতে ভোট বৰ্জনৰ সিদ্ধান্ত গৃহৰক্ষী সন্থাৰ। সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী …