ৰূপহীহাট সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীৰ দাবীত বিজেপি কৰ্মীৰ প্ৰতিবাদ
কুন্দন ভৰালী নগাঁও ৫ মাৰ্চ ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ ব্যস্ততাৰ অন্ত নাই। এফালে ৰাজনৈতিক দল সমূহৰ কর্মী সকলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিয়ান আনফালে আকৌ দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। শাসকীয় বিজেপি মিত্ৰজোঁট …