দ্বিতীয়খন প্ৰীতি ফুটবল প্ৰতিযোগিতা পৰাস্ত হ’ল অসম আৰক্ষীৰ দল
মানকাচৰ ২৪ ফেব্ৰুৱাৰী হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত অসম-মেঘালয় জিলা আৰক্ষীৰ প্ৰীতি ফুটবল প্ৰতিযোগিতা। ৩-০ গলৰ ব্যৱধানত জয়ী মেঘালয় আৰক্ষীৰ দল। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত বুধবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী ফুটবল দলৰ সৈতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ …