হোজাইত সাত বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা
হোজাই ২১ ফেব্ৰুৱাৰী শিশুৰ লগত অসৎ কাৰ্য কৰি হত্যা কৰা এজন যুৱকক কিছুদিন পূৰ্বে হোজাই শংকৰদেৱ নগৰ আদালতে ফাঁচিৰ ৰায় প্ৰদান কৰিছিল যদিও এতিয়াও একাংশ বিকৃত মানসিকতাৰ লোকৰ মানসিকতা সলনি হোৱা নাই৷ একাংশ বিকৃত মানসিকতাৰ লোকৰ পৰা সুৰক্ষিত নহয় শিশু। …