কিনকিনিয়া বৰষুণৰ সুবিধালৈ চোৰৰ অভিযান
নৱজ্যোতি বৰুৱা চামগুৰি ২৪ অক্টোবৰ কিনকিনিয়া বৰষুণৰ সুবিধালৈ পুৰণিগুদামত চোৰৰ অভিযান। নিশা এঘৰৰ আলমিৰাৰ লকাৰ ভাঙি সোণৰ গহনাসহ নগদ ধন লুটি নিয়াৰ পৰিবৰ্তে এঘৰৰ পৰা নিলে গ্লেমাৰ বাইক। পূজাৰ বতৰ লগতে আকৌ কিনকিনিয়া বৰষুণ। চোৰৰ বাবে চুৰিকাণ্ড সংঘটিত কৰাৰ বাবে …