শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ সন্ত্ৰাস সৃষ্টি কাৰী দুই দুধৰ্ষ ডকাইত

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৯ নৱেম্বৰ শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ সন্ত্ৰাস সৃষ্টি কাৰী দুই দুধৰ্ষ ডকাইত৷ ধন নিবলৈ চোপ লৈ থাকোতেই আৰক্ষীৰ জালত পৰিল বহি ৰাজ্যৰ দুই ডকাইত।দীৰ্ঘদিন ধৰি উজনি অসমত আতংকৰ সৃষ্টি কৰি অহা ডকাইতৰ দলটোৰ …

বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

আব্দুল হক নগৰবেৰা  ৯ নৱেম্বৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগক মেনেজ কৰি চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগৰ মাজতে বন বিভাগৰ চোৰাং কাঠ বিৰোধী অভিযান। কামৰূপ জিলাৰ নগৰবেৰা আৰু ইয়াৰ পাৰ্শৱৰ্তী …

আলু, পিয়াঁজৰ ব্যৱসায়িক জেড কেটেগৰীৰ সুৰক্ষা প্ৰদানৰ দাবী

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজখিকা শি ৱসাগৰ ৯ নৱেম্বৰ শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যংগাত্মক প্ৰতিবাদ। আলু, পিয়াঁজৰ ব্যৱসায়িক জেড কেটেগৰীৰ সুৰক্ষা প্ৰদানৰ দাবী। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ। শিৱসাগৰত আহোম সেনাৰ ব্যতিক্ৰমী প্ৰতিবাদ। মূল্যবৃদ্ধিৰ বিৰূদ্ধে প্ৰতিবাদ সাৱস্ত্য …

বিটিআৰত বড়ো-অনাবড়োৰ মাজত থকা সম্প্ৰতি ধৰি ৰাখিব নোৱাৰিলে হাগ্ৰামাই : হিমন্ত বিশ্ব শৰ্মা

যতীন নাথ মাজবাট ৯ নৱেম্বৰ ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। বিটিআৰত বড়ো-অনাবড়োৰ মাজত থকা সম্প্ৰতি হাগ্ৰামাই ধৰি ৰাখিব নোৱাৰিলে বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিটিচি নিৰ্বাচনৰ ৰণডংকা বজাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী ৰিহণ …

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ

গুৱাহাটী ৯ নৱেম্বৰ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। পাকিস্তান জিন্দাবাদ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰাকলৈ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে …

শিৱসাগৰত বিদ্যুৎ বিভাগৰ খুঁটাত অগ্নিকাণ্ড

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শি ৱসাগৰ ৯ নৱেম্বৰ শিৱসাগৰত বিদ্যুৎ বিভাগৰ খুঁটাত অগ্নিকাণ্ড। নগৰৰ মাজ মজিয়াত দপদপকৈ জ্বলি উঠিল বিদ্যুৎ বিভাগৰ এটা খুঁটা।অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীৰ উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। সোমবাৰে পুৱাৰ ভাগত শিৱসাগৰ নগৰৰ …

হয়বৰগাঁও ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

কুন্দন ভৰালী নগাঁও ৯ নৱেম্বৰ নগাঁও হয়বৰগাঁও ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি। ৰেল আৰক্ষীয়ে ট্ৰাক চালকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী কনিষ্টবলৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হয় এজন ট্ৰাক চালক। সোমবাৰে পুৱাৰ ভাগত নগাঁও জিলাৰ হয়বৰগাঁও ৰে’ল ষ্টেচনত …

নগাঁও জিলাৰ নীলাপানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ

নৱজ্যোতি বৰুৱা চামগুৰি ৯ নৱেম্বৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কঠালগুৰিৰ নীলা পানী হ্ৰদ থকা অঞ্চলটোত স্থানীয় প্ৰশাসনে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪৪ ধাৰা বলবৎ কৰিছে। কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে সোমবাৰে জাৰি কৰা এক আদেশ মৰ্মে কঠালগুৰিত থকা মনোৰম নীলা …

শিৱসাগৰত পথ দুর্ঘটনাক কেন্দ্র কৰি আৰক্ষী আৰু আছু কর্মীৰ মাজত হতাহতি

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৯ নৱেম্বৰ শিৱসাগৰত সামান্য পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি৷ অসামৰিক পোছাকত থকা আৰক্ষীৰ সৈতে আছু কৰ্মীৰ হতাহতি৷ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি৷ দুই আছু কৰ্মীক কৰায়ত্ব৷ দেওবাৰে শিৱসাগৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। সামান্য …

আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

ছয়গাঁও ৮ নৱেম্বৰ আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতিখনে দেওবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ভাৰতৰ বিখ্যাত এই স্বেচ্ছাসেৱী সংগঠনটোৰ কামৰূপ জিলা সমিতিখন কিছুদিন পূৰ্বে গঠন কৰা হৈছিল৷ নামখাটিৰাৰ মহেন্দ্ৰ ৰাভাক সভাপতি, বামুণীগাঁৱৰ প্ৰবীণ দাসক কাৰ্যকৰী সভাপতি, বনগাঁৱৰ পক্ষেশ্বৰ …