গোৱালপাৰা জিলাৰ তিনিটা সমষ্টি দখল কৰিব বিজেপিয়ে : সহিদুল ইছলাম
গোৱালপাৰা ১১ অক্টোবৰ গোৱালপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়া সভা। শতাধিক সদস্যৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ অসম সংখ্যালঘূ মৰ্চাৰ সম্পাদক সহিদুল ইছলামৰ গুৰুত্বপূৰ্ণ মন্তব্য, ২০২১ৰ বিধান সভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ তিনিটা সমষ্টি দখল কৰিব বিজেপিয়ে। দেওবাৰে …