অসম ৰাইফলছৰ উদ্যোগত ক্ৰীড়া সামগ্ৰী বিতৰণ
সুৰেণ বুঢ়াগোহাঁই চৰাইদেউ ৮ নৱেম্বৰ ফিট ইণ্ডিয়া মোভমেন্টৰ অন্তৰ্গত ডাঙৰীকুমাৰ অসম ৰাইফলছৰ উদ্যোগত ক্ৰীড়া সামগ্ৰী বিতৰণ। ভলীবল কোৰ্ট নিৰ্মাণ লগতে ডেলেহী বৰপাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডেলেহী বৰপাত্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় আলোচনা। অসমৰ যুৱসকলক সন্মানীয় …