মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

কুন্দন ভৰালী নগাঁও ১০ অক্টোবৰ নগাঁৱত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। স্বামী গৃহৰ অনুসৰি শাৰিৰীক অসুস্থতাৰ বাবে মহিলা গৰাকীৰ মৃত্যু হৈছে। ইফালে ১০৮ চালকৰ মতে স্বামীয়ে মাৰপিট কৰাৰ বাবে মৃত্যু হৈছে মহিলাগৰাকীৰ। নগাঁও জিলাৰ বেঙেনাআটিত এগৰাকী মহিলাৰ ৰহস্যজনক …

অগপই যদি কল্পনাক নিলে, বিজেপিও ভেটি খহালে বঢ়মপুৰত

নৱ জ্যোতি বৰুৱা চামগুৰি ১০ অক্টোবৰ শুকুৰবাৰে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে বিজেপি দল ত্যাগ কৰি অগপত যোগদান কৰি থকাৰ সময়তে বিজেপিয়ে অগপ দুৰ্গ খহাই পেলালে। কল্পনা পাটোৱাৰীৰ যোগদানক সভাপতি অতুল বৰাই ঐতিহাসিক ঘটনাৰ লগত তুলনা কৰাৰ সময়তে বঢ়মপুৰতৰ ইতিহাস সলনিৰ …

লাহৰীঘাটত কংগ্ৰেছ কমিটিৰ উদ্যোগত কংগ্ৰেছ কৰ্মীৰ বিশাল সভা

অলি উল্লাহ খান লাহৰীঘাট ১০ অক্টোবৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত কংগ্ৰেছ কমিটিৰ উদ্যোগত কংগ্ৰেছ কৰ্মীৰ বিশাল সভা। কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত লাহৰীঘাটত কংগ্ৰেছ কর্মী সকলৰ অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কর্মী সভাৰ। কেইবা শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত।থাকে সভাত। সমাগত অসম বিধানসভা …

আদিবাসী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত সৰৱ চাওঁতালী সাহিত্য সভা

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ৯ অক্টোবৰ অসমৰ চাওঁতাল সকলকে ধৰি আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ লেহেমীয়া পদক্ষেপত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে চাওঁতালী সাহিত্য সভাই৷ অসমত বসবাস কৰা চাওঁতাল, মুণ্ডা আদিকে ধৰি অতি পিছপৰা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য …

অগপ দলত আহিল জনপ্রিয় কন্ঠশিল্পী কল্পনা পাটোৱাৰী

গুৱাহাটী ৯ অক্টোবৰ অৱশেষত অসম গণ পৰিষদ দলত যোগদনা কৰিলে শিল্পীয়ে। বিজেপিৰ পৰা অগপলৈ আহিল জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী। কল্পনা পাটোৱাৰীৰ অগপত যোগদান দলটোৰ বাবে এটি ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিলে অতুল বৰাই। আগন্তকত ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য …

আমদাঙা গাঁও ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰাক লৈ উত্তপ্ত পৰিস্থিতি

নৱজোতি বৰুৱা চামগুৰি ৯ অক্টোবৰ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুংগাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা বহু দিনৰ পৰা দখলদাৰী কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যত হতচকিত …

শাসকীয় দলৰ লোকক অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ

নৱজোতি বৰুৱা চামগুৰি  ৯ অক্টোবৰ শাসকীয় দলৰ লোকক অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ। পঞ্চায়তৰ ৱাৰ্ড সদস্য আৰু সভাপতিৰ বিৰুদ্ধে এই অভিযোগ স্থানীয় ৰাইজৰ।   বিজেপি চৰকাৰক অৰুনোদই আঁচনিৰ নামৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ …

বোৱাৰীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ৯ অক্টোবৰ দক্ষিণ শালমাৰা অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ ফুলবাৰী থানা এলেকাৰ চিভিনাঙৰ বশ্বিবান্ধা গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোৱাৰীজনীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত চিভিনাঙত উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে চিভিনাঙত …

অগ্নি দেৱতাৰ কুপদৃষ্টি থকা এখন বজাৰ

আব্দুল হক নগৰবেৰা ৯ অক্টোবৰ কামৰূপ জিলাৰ এখন বজাৰৰ ওপৰত অগ্নি দেৱতাৰ কুপদৃষ্টি। বাৰে বাৰে কিয় বজাৰখনত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড? শুকুৰবাৰে পুৱতি নিশা নগৰবেৰাৰ টুপামাৰী বজাৰত পুনৰ সংঘটিত হ’ল বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল ২ কোটি টকাৰো অধিক সম্পত্তি। …

উজনিৰ সন্ত্ৰাস সৃষ্টিকাৰী ৬ কূখ্যাত ডকাইত শিৱসাগৰ আৰক্ষীৰ জালত

আমিনুৰৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৮ অক্টোবৰ উজনিৰ সন্ত্ৰাস সৃষ্টিকাৰী ৬ কূখ্যাত ডকাইত শিৱসাগৰ আৰক্ষীৰ জালত৷ বুধবাৰে মাজনিশা শিৱসাগৰ আৰক্ষীয়ে যোৰহাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ডকাইতৰ দলটো। উদ্ধাৰ ধন লুটত ব্যৱহৃত ৬ খনকৈ বাইকৰ লগতে, ১০ টাকৈ মৱাইল ফোন। …