অসম বুক অব ৰেকৰ্ডত স্থান লাভ গোৱালপাৰাৰ কিশোৰৰ

গোৱালপাৰা ৮ অক্টোবৰ দুই হাত বান্ধি ১ ঘন্টা ৫৫ মিনিটত ৩৪.৯২ কিলোমিটাৰ চাইকেল চলাই ৰেকৰ্ড কৰিলে গোৱালপাৰাৰ কিশোৰ তনবীৰ ফিৰদৌচে। দুই হাত বান্ধি ১ ঘন্টা ৫৫ মিনিটত ৩৪.৯২ কিলোমিটাৰ চাইকেল চলাই ৰেকৰ্ড কৰিলে গোৱালপাৰাৰ কিশোৰ তনবীৰ ফিৰদৌচে। যোৱা এক অক্টোবৰত …

কৰ’ণা সংক্ৰমণৰ ভয়াবহতাৰ মাজতে এখন ব্যতিক্ৰমী সামূহিক বিবাহ

নৱজ্যোতি বৰুৱা চামগুৰি ৮ অক্টোবৰ চামগুৰিৰ সুতাৰ সোনাৰী গাঁৱৰ নামঘৰত অনুষ্ঠিত হ’ল এখন সামূহিক ব্যতিক্ৰমী বিবাহ। কৰ’ণা সংক্ৰমণৰ ভয়াবহতাৰ মাজতে অনুষ্ঠিত কৰা হ’ল এই ব্যতিক্ৰমী সামূহিক বিবাহ। নগাঁও জিলাৰ চামগুৰিৰ সুতাৰ সোনাৰী গাঁৱৰ নামঘৰত এখন গতানুগতিক বিবাহতকৈ কিছু পৃথক বিবাহ …

শিৱসাগৰত অব্যাহত আছে চোৰৰ অতপালি

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৮ অক্টোবৰ শিৱসাগৰ চৰৰত অব্যাহত আছে চোৰৰ অতপালি। দিন দুপৰতেই চহৰৰ মাজমজিয়াৰ পৰাই চুৰে স্কুৰ্টী নিয়াক লৈ চাঞ্চল্য৷ চহৰত দিনক দিনে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰাপত্তাক ভেঙুচালি কৰি পুণৰ চহৰৰ …

চুৰিৰ মোবাইল ফোন বিক্ৰী হয় ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ৮ অক্টোবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি হোৱা মোবাইল ফোন সমূহ বিক্ৰী কৰা হয় ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্ন অঞ্চলত। বহু মোবাইল ফোন বাংলাদেশলৈও চালন দিয়াৰ সন্দেহ। আৰক্ষীৰ জলত পৰিছে এইবাৰ মোবাইল ফোন সৰবৰাহকাৰী চক্ৰৰ চাৰি সদস্য। দক্ষিণ শালমাৰা …

চাৰি বছৰ ধৰি ক্ষতিপূৰণ লাভ কৰা নাই কৃষকে

নৱজোতি বৰুৱা চামগুৰি ৮ অক্টোবৰ বিগত চাৰি বছৰ ধৰি ক্ষতিপূৰণ লাভ কৰা নাই কৃষকে। হাতীয়ে ধান খাই নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ বিচাৰি কৃষকৰ অনুৰোধ বন বিভাগলৈ। ঋণ লৈ খেতি কৰা কৃষকৰ মাজত হাহাকাৰ। নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত হাঁহচৰা বৰালীগাঁৱৰ খেতি …

সংখ্যালঘু ছাত্র বৃত্তিৰ নামত ধুবুৰীৰ সাহেৱগঞ্জ হাইস্কুলত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ

আনিছুৰ আলী গৌৰিপুৰ ৮ অক্টোবৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সাহেৱগঞ্জ হাইস্কুলত চলিছে লুণ্ঠনৰাজ। সংখ্যালঘু ছাত্র বৃত্তিৰ নামত সাহেৱগঞ্জ হাইস্কুলত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে খবৰ ৰাখিছেনে নে সাহেৱগঞ্জ হাইস্কুলৰ দুৰ্নীতিৰ? ধুবুৰীৰ সাহেৱগঞ্জ …

বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

গুৱাহাটী ৭ অক্টোবৰ ৬৬ তম বন্যপ্ৰাণী সপ্তাহ, ২০২০ উপলক্ষে গুৱাহাটীত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে বন বিভাগৰ বিষয়া আৰু কৰ্মীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত …

কোন সঁচা, কোন মিছা : এজন হত্যাকাৰীকলৈ মিছা মাতিছে নেকি নগাঁও আৰক্ষীয়ে

কুন্দন ভৰালী নগাঁও ৭ অক্টোবৰ এজন হত্যাকাৰী নগাঁও আৰক্ষীৰ জালত। হত্যাকাৰী জনৰ সন্দৰ্ভত হত্যাকাৰী জনৰ আত্মীয় আৰু নগাঁও আৰক্ষীৰ ভাষ্যৰ মাজত অমিল। হত্যাকাৰীজনকলৈ মিছা মাতিছে নেকি নগাঁও আৰক্ষীয়ে?এতিয়া কোন সঁচা, কোন মিছা, কেনেকৈ প্ৰমাণ হ’ব? যি সময়ত বাল্যবিবাহ ৰোধ কৰাৰ …

আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ আইটি চেলৰ সদস্য দুৰ্লভ নাথাক

লখিমপুৰ  ৭ অক্টোবৰ আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ আইটি চেলৰ সদস্য দুৰ্লভ নাথাক। আহোম সম্প্ৰদায় সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিছিল দুৰ্লভ নাথ। বিভিন্ন সময়ত ফেচবুকত সাম্প্ৰদায়িক পোষ্ট দি বিষবাষ্প বিয়পাই আহিছিল দুৰ্লভ নাথে। বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ, নিৰ্বাচনৰ প্ৰতি …

ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ চৰকাৰৰ অগণতান্ত্ৰিক আচৰণৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ সত্যাগ্ৰহ

কুন্দন ভৰালী নগাঁও ৭ অক্টোবৰ নগাঁৱত জিলা কংগ্ৰেছ বহিল সত্যাগ্ৰহত। ৰাহুল গান্ধীৰ ওপৰত উত্তৰ প্ৰদেশ চৰকাৰে কৰা অগণতান্ত্ৰিক আচৰণৰ প্ৰতিবাদত নগাঁও কংগ্ৰেছৰ সত্যাগ্ৰহ। ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা এগৰাকী যুৱতীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাত ৰাহুল গান্ধীক বাধা প্ৰদনা কৰিলে উত্তৰ …