গৰৈমাৰীত ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
ফজলুৰ ৰহমান সোণতলী ২ নৱেম্বৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। একাংশ মুছলমান নাগৰিকৰ হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰোধিতা। ফ্ৰান্সৰ উৎপাদিত সকলো সামগ্ৰী বৰ্জনৰ আহ্বান প্ৰতিবাদকাৰী। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ ধৰ্মগুৰু হজৰত মহম্মদৰ কাৰ্টুন বিবাদকলৈ …