পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ-বৰালিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত উত্তাল শিৱসাগৰ
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৫ অক্টোবৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীক লৈ ক্ৰমাৎ উত্তাল হ’ব ধৰিছে ৰাজ্য৷ পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ-বৰালীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগক লৈয়ে উত্তাল হৈ পৰিল শিৱসাগৰ৷ শিৱসাগৰত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু শিৱসাগৰ জিলাৰ …