অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী : উত্তাল প্ৰতিবাদ যুৱ কংগ্ৰেছৰ
গুৱাহাটী ৩ অক্টোবৰ অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীকলৈ পুনৰ উত্তাল প্ৰতিবাদ যুৱ কংগ্ৰেছৰ। যুৱ কংগ্ৰেছৰ প্ৰতিবাদকলৈ দিছপুৰত এক যুদ্ধ সদৃশ পৰিৱেশ দেখিবলৈ পোৱা যায়। শতাধিক যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীৰ লগতে আৰক্ষীয়ে আটক কৰে সাংসদ গৌৰৱ গগৈসহ কেইবাগৰাকী কংগ্ৰেছ নেতাক। অসম আৰক্ষীৰ …