মাজবাটত হোণ্ডা চিভিএছ বাহনৰ পৰা জব্দ ৭৪ কেজি ভাং
যতীন নাথ মাজবাট ১৫ অক্টোবৰ মাজবাটত হোণ্ডা চিভিএছ বাহনৰ পৰা জব্দ ৭৪ কেজি ভাং। আৰক্ষীৰ তালাচি প্ৰত্যক্ষ কৰি বাহন এৰি পলায়ন কৰে ভাং সৰবৰাহকাৰী। আৰক্ষীৰ তদন্ত অব্যাহত। ওদালগুৰি জিলাৰ মাজবাটৰ ওৰাং- ৰূপা পথৰ বাহীপুখুৰী চাহ বাগিচাৰ কাষৰ পৰা হোণ্ডা চিভিছ …