মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালৰ কঠোৰ পদক্ষেপ : এইবাৰ গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰীত হাত দিছে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটী ১৭ অক্টোবৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালৰ বৃহৎ নিযুক্তি কেলেংকাৰী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক্ষিপ্ৰতাৰে আগুৱাই থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীয়ে হাত দিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰীত। দুবছৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন …