দক্ষিণ শালমাৰাত পুনৰ যন্ত্ৰচালিত নাওঁসহ বৃহৎ সংখ্যক পশুধন জব্দ
আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ১৪ অক্টোবৰ দক্ষিণ শালমাৰাত অব্যাহত আছে পশুধনৰ চোৰাং বেহা। মঙলবাৰে পুনৰ দক্ষিণ শালমাৰাত ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীত নাওঁসহ বৃহৎ সংখ্যক পশুধন জব্দ কৰে আৰক্ষীয়ে। বাংলাদেশলৈ চোৰাংভাৱে পশুধন চালান দিয়াৰ চেষ্টা চলাওতে আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ …