বৰপেটা সত্ৰলৈ যোৱা পথ নিৰ্মাণৰ নামত লোক নিৰ্মাণ বিভাগৰ অনিয়ম
বৰপেটা ১২ অক্টোবৰ অসম দৰ্পণ আচনিৰ অধীনত বৰপেটা সত্ৰ সংযোগী পথ নিৰ্মাণৰ ক্ষেত্ৰত বৰপেটাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ৷ লোক নিৰ্মাণৰ বিভাগৰ পবিত্ৰ বৰপেটা সত্ৰ সংযোগী পথটো নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাই বেপাৰ চলাই থকাৰ অভিযোগ। অসম দৰ্পণ আঁচনিৰ …