ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ চোৰ গ্ৰেপ্তাৰ

ডিফু ২৯ আগষ্ট ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ গ্ৰেপ্তাৰ চোৰ। এমাহ পূৰ্বে তাৰলাংছৰ সমীপৰ লংৰিক ৰংহাঙ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পৰা চোৰটোৱে চুৰি কৰিছিল এটা সোণৰ আঙঠি, এটা ৰূপৰ আঙঠি, ৰূপৰ নেকলেছ আৰু দুটাকৈ এণ্ড্ৰইড মোবাইল ফোন লগতে নগদ ধন। …

আঢ়ৈ মাহ পিছত কবৰ খান্দি উলিওৱা হ’ল আব্দুৰ ৰহমানৰ মৃতদেহ

কলগাছিয়া ২৯ আগষ্ট আঢ়ৈ মাহ পিছত আব্দুৰ ৰহমানৰ মৃতদেহ কবৰ খান্দি উলিওৱাক কেন্দ্ৰ কৰি কলগাছিয়াৰ বালিকুৰি ননকে গাঁৱৰ ৰাইজৰ মাজত চাঞ্চল্য। আব্দুৰ ৰহমানক হত্যা কৰা হৈছিল বুলি গোচৰ ৰুজু কৰাৰ পিছত আঢ়ৈ মাহ পিছত কবৰ খান্দি উলিওৱা হয় মৃতদেহ। কলগাছিয়া …

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি সমূহ একত্ৰিত হ’লেহে অহা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পৰা যাব : অজিত কুমাৰ ভূঞা

যোৰহাট ২৯ আগষ্ট আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি সমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি গুৰুত্বৰ মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। শনিবাৰে কৃষক নেতা অখিল গগৈ মাতৃৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গৈ চেলেংহাটত এই …

জানুৱাৰীৰ পুৰ্বে যদি কোনোৱে প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনালৈ আহে তেন্তে তেওঁ প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত : ৰঞ্জিত দাস

পলাশবাৰী ২৯ আগষ্ট আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বানক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। জানুৱাৰীৰ পুৰ্বে যদি কোনোৱে প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনালৈ আহে তেন্তে তেওঁ প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত দাসে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত …

জয়ন্ত কলিতাৰ হত্যাকাৰী গ্ৰেপ্তাৰ

ছয়গাঁও ২৯ আগষ্ট ছয়গাঁও আৰক্ষীয়ে শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰিলে জয়ন্ত কলিতাৰ হত্যাকাৰীক। শুকুৰবাৰৰ পৰা আত্মগোপন কৰি থকা কৰুণা দাসক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। জয়ন্ত কলিতাক শুকুৰবাৰে দাৰে ঘপিয়াই হত্যা কৰিছিল কৰুণা দাসে। শনিবাৰে পুৱাৰ ভাগত ছয়গাঁও আৰক্ষীয়ে বিশেষ অভিযান চলাই …

অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কার্যলায় দুৰ্নীতিত পোত যোৱাৰ অভিযোগ

নৱজ্যোতি বৰুৱা চামগুৰি ২৮ আগষ্ট দুৰ্নীতিত পোত গৈছে নেকি অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয়? অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয় দুৰ্নীতিত পোত যোৱাৰ অভিযোগ লৈয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা শাখাই চামগুৰিৰ শালনাত …

যৌথ সংগ্ৰামী মঞ্চই দাহ কৰিলে গীত কামৰূপাৰ প্ৰতিমুৰ্তি

আমিনুৰ ৰহমানৰ সৈতে আশ্রফৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৮ আগষ্ট শিৱসাগৰত গীত কামৰূপাৰ বিৰোদ্ধে প্ৰতিবাদ অব্যাহত৷ যৌথ সংগ্ৰামী মঞ্চই দাহ কৰিলে বিতৰ্কীত মন্তব্য কৰা গীত কামৰূপাৰ প্ৰতিমুৰ্তি। গীত কামৰূপাক শিৱসাগৰৰ নাৰী সমাজৰ অভিভাৱক হোৱাৰ চেষ্টা নকৰিবলৈ সকীয়নি। শিৱসাগৰৰ মহিলা সন্দৰ্ভত কৰা …

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ ছাত্ৰবৃত্তিৰ ৫০১ কোটি টকা লুণ্ঠন : অধ্যক্ষ মুমিনুল আৱালৰ অভিযোগমৰ্মে আৰম্ভ চিআইডি তদন্ত

গুৱাহাটী ২৮ আগষ্ট ছাত্ৰবৃত্তিৰ নামত ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ জৰিয়তে মোকলাই দিয়া ৫০১ কোটিৰো অধিক টকা দুৰ্নীতিৰে আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত ঘোষণা কৰিছে …

নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

কুন্দন ভৰালী নগাঁও ২৮ আগষ্ট নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। দুই মহিলা ড্ৰাগছ ব্যৱসায়ীসহ মুঠ পাঁচজনক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ষ্টেচন ৰোডত চলাই আছিল ড্ৰাগছৰ বেহা। নগাঁও চহৰৰ ষ্টেচন ৰোডত আৰক্ষীয়ে দুগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম …

নগৰবেৰাত বেংক কৰ্মচাৰীৰ উদ্ভণ্ডালী

আব্দুল হক নগৰবেৰা ২৮ আগষ্ট নগৰবেৰাত বেংক কৰ্মচাৰীৰ উদ্ভণ্ডালী। চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ নগৰবেৰা শাখাত গ্ৰাহকক অভস্য আচৰন বেংক কৰ্মচাৰী সুৰেন সিঙৰ। মদ্যপান কৰি বেংক জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ লগতে ছিঙিলে গ্ৰাহকৰ পাছবুক। মাতাল কৰ্মচাৰীগৰাকীক গতালে আৰক্ষীক। এগৰাকী বেংক …