বি পি এফ দললৈ অঞ্জলি দৈমাৰী
ওদালগুৰি ২৪ আগষ্ট বি টি চি’ৰ পৰিষদীয় নিৰ্বাচনক লৈ বড়োভূমিত গৰম ৰাজনৈতিক বতাহ বলি থকাৰ মাজতে অঞ্জলি দৈমাৰীয়ে বি পি এফ’ৰ পতাকাৰ তললৈ আহিল। ওদালগুৰিত অনুষ্ঠিত বি পি এফ দলৰ এক যোগদান অনুষ্ঠানত সকলোকে আচৰিত কৰি হঠাতে বি পি এফ …