গধাদৰ নৈত জপিয়াই আত্মহত্যা যুৱকৰ

আনিছুৰ আলী গৌৰীপুৰ  ১৯ আগষ্ট গৌৰীপুৰৰ গধাদৰ নৈত অঘটন। বেগুনতলী পকী দলংৰ পৰা জপিয়াই এজন যুৱকৰ আত্মহত্যা। এন ডি আৰ এফ বাহিনীয়ে তীব্ৰ গতিত চলাইছে উদ্ধাৰ অভিযান। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত বেগুনতলীত গধাদৰ নৈ ওপৰেৰে যোৱা পকী দলংৰ …

সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী সদৌ বিটিআৰ গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাৰ

ওদালগুৰি ১৮ আগষ্ট ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী চকীত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত সদৌ বিটিআৰ গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাই এখন এজাহাৰ দাখিল কৰে। বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য প্ৰদান কৰা সত্যৰঞ্জন বৰাই কিছুদিন পূৰ্বে নলবাৰী জিলাত এখন বিশেষ সভাত ইছলাম ধৰ্মৰ …

ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ

মহেন্দ্ৰ ভেটুৱাল ওদালগুৰি ১৮ আগষ্ট ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ। দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্ত‌ই সংগঠনটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰি পেলালে সংগঠনৰ পতাকা। ঘটনা সংক্রান্তত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী। দেওবাৰে ওদালগুৰিত সংঘটিত হয় এক …

হাট ব্যৱসায়ী সকলৰ অৱস্থা পানীত হাঁহ নচৰা

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৮ আগষ্ট কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিগত প্ৰায় পাঁচ মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ হাট বজাৰ সমূহ। ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হাট ব্যৱসায়ী সকলৰ। মহামাৰী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত …

ম’ষ্ট ৱাণ্টেড গাড়ী চোৰ চক্ৰৰ তিনিজন সদস্য জালত

ছয়গাঁও ১৮ আগষ্ট ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য৷ গাড়ী চোৰ চক্ৰৰ ম’ষ্ট ৱাণ্টেড তালিকাৰ তিনিজন সদস্য ছয়গাঁও আৰক্ষীৰ জালত। আটকাধীন গাড়ী চোৰকেইজনৰ পৰা উদ্ধাৰ তিনিখন বাইক। আৰক্ষীৰ জালত পৰা গাড়ী চোৰ চক্ৰৰ এজন সদস্যই ইতিমধ্যে ২০ খনতকৈও অধিক বাইক চুৰি কৰিছে। …

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৰলুইতৰ পাৰত প্ৰতিবাদ

ফজলুৰ ৰহমান সোণতলী  ১৮ আগষ্ট কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৰলুইত পাৰত উত্তাল প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্রাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাকো তীব্ৰ সমালোচনা। ৰাজ্যত …

গৌৰীপুৰৰ আটানী আজাহাৰ বজাৰত ভয়াবহ অগ্নিকাণ্ড

অনিছুৰ আলী গৌৰীপুৰ ১৮ আগষ্ট গৌৰীপুৰৰ আটানী আজাহাৰ বজাৰত ভয়াবহ অগ্নিকাণ্ড।নিমিষতে জুইত জাহ গ’ল বজাৰখনত থকা কেইবাখনো দোকান। ২০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আটানী আজাহাৰ বজাৰত  সোমবাৰে নিশা ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা দহ বজাত সংঘটিত …

উল্টাপানী বন বিষয়াৰ কার্যলায়ত আক্ৰমণ

কোকৰাঝাৰ ১৭ আগষ্ট উল্টাপানী বন বিষয়াৰ কার্যলায়ত আক্ৰমণ শতাধিক পুৰুষ-মহিলাৰ। আক্ৰমণকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বন বিষয়াৰ কাৰ্যালয়। বন বিভাগে দুজন বন মাফিয়াক আটক কৰাৰ বাবে বন বিষয়াৰ কার্যলায়ত আক্ৰমণ ৰাইজৰ। ঘটনাত জড়িত থকা আঠজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ। কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান …

ধ্বংসপ্ৰাপ্ত কচুগাঁও সংৰক্ষিত বনাঞ্চলৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ সংকল্প ৰাজ্যপালৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৭ আগষ্ট এছিয়াৰ ভিতৰতে অন্যতম কচুগাঁও বনাঞ্চলৰ গছ-গছনি তথা জীৱজন্তু এতিয়া সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত। বিটিচিৰ শাসনভাৰ লোৱাৰ পাছত বিটিচিৰ চাৰি জিলাৰ বনাঞ্চলৰ বৰ্তমানৰ দৃশ্য চাই ৰাজ্যপাল জগদীশ মূখীয়ে বনাঞ্চল ধ্বংস প্ৰতিৰোধ কৰাৰ উপৰি ধ্বংসপ্ৰাপ্ত বনাঞ্চলৰ ভূমিত নতুনকৈ …

পুনৰ বিজেপিত যোগদান অভিনেতা যতীন বৰাৰ

গুৱাহাটী ১৭ আগষ্ট পুনৰ বিজেপি দলত যোগদান কৰিলে অভিনেতা যতীন বৰাই। সোমবাৰে এক সংবাদমেল অনুস্থিতি কৰি পুনৰ বিজেপিত যোগদানৰ কথা ঘোষণা কৰিলে অভিনেতা গৰাকীয়ে। পূৰ্বতে বিজেপি দল ত্যাগ কৰাৰ বাবে ক্ষমাও খুজিলে যতীন বৰাই। “কা” আন্দোলনৰ সময়ত বিজেপি দল ত্যাগ …