মহিলাৰ হাতৰ পৰা দিনদুপৰতে দুই বাইক আৰোহীয়ে লুটি নিলে ৫০ হাজাৰ টকা
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৪ ছেপ্টেম্বৰ শিৱসাগৰত পুণৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ মহিলাৰ হাতৰ পৰা দিনদুপৰতে দুই বাইক আৰোহীয়ে লুটি নিলে ৫০ হাজাৰ টকা। শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰপত্তাক ভেঙুচালী কৰি দিনদূপৰতে দুই দুৰ্বৃত্বই লুটি লৈ গ’ল …