কৃষি ভূমিত আৰ্থফিলিঙৰ দাবী ৰাইজৰ
কলগাছিয়া ২৫ আগষ্ট কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বানত উটি গ’ল কৃষিভূমি। খহনীয়াত ভাঙিলে গড়কাপ্তানি পথ। পথবন্ধৰ বেনাৰ আৰি দায়িত্ব সামৰিলে প্ৰশাসনে। কৃষি ভূমিত আৰ্থফিলিঙৰ দাবী ৰাইজৰ। চলিত বছৰত প্ৰলয়ংকাৰী বানপানীৰ কবলত পৰা ৰাজ্যৰ জিলা সমূহৰ ভিতৰত বৰপেটা জিলা অন্যতম। বিশেষকৈ জিলাখনৰ …