অখিল গগৈৰ মুক্তি বাবে আইনী যুঁজ চলাই যাবলৈ ধন সংগ্ৰহ কাৰ্যসূচী
ফজলুৰ ৰহমান সোণতলী ২৩ আগষ্ট অখিল গগৈ মুক্তিৰ আইনী যুঁজৰ বাবে অসম মিঞা (অসমীয়া) পৰিষদৰ পূজি সংগ্ৰহ কাৰ্যসূচী। অখিক গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে মুক্তহস্তে বৰঙণি আগবঢ়ালে ৰাইজে। অসম মিঞা (অসমীয়া) পৰিষদে দেওবাৰে কামৰূপ জিলা সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপ জিলা …