বেতন বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী সকলৰ ব্যতিক্ৰমী প্ৰতিবাদ
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৭ আগষ্ট সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সুমতি বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু নাম প্ৰসংগ।প্ৰশাসনে ফেষ্টুন আঁৰি বেআইনী ঘোষণা কৰিলে বেতন বঞ্চিত শিক্ষকৰ প্ৰতিবাদ। শিৱসাগৰত …