শিৱসাগৰ জিলাৰ ঐতিহাসিক পৰ্য্যটনস্থলী সমুহত কৰ’ণা ভাইৰাছৰ প্ৰভাৱ
আমিনুৰ ৰহমানৰ সৈতে আশ্রফুল ৰহমান শিৱসাগৰ ২০ আগষ্ট দৰ্শনাথীৰে লোকে লুকাৰণ্য হৈ থকা শিৱসাগৰ জিলাৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল প্ৰাংগণত নাই দৰ্শনাথীৰ উছাহ৷ কাল কৰ’ণাৰ পৰিপ্ৰেক্ষিত্বত বিগত ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ বাবেই যোৱা ৬ জুলাইলৈকে …