ডিঙিত ধৰি শিশুক চুচুৰাই লৈ যায় প্ৰকাণ্ড নাহৰফুটুকী বাঘে
গুৱাহাটী ২১ আগষ্ট মহানগৰী গুৱাহাটীত শিশুৰ ওপৰত নাহৰফুটুকী বাঘৰ আক্ৰমণ। মালিগাঁৱৰ পাহাৰত ডিঙিত ধৰি শিশুক চুচুৰাই লৈ যায় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে। স্থানীয় ৰাইজে চিঞৰ বাখৰ কৰাত শিশুটিক পেলাই পলায়ন কৰে নাহৰফুটুকী বাঘটোৱে। মহানগৰী গুৱাহাটীত নাহৰফুটুকী বাঘৰ আক্ৰমণত নিহত হয় …