ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ
মহেন্দ্ৰ ভেটুৱাল ওদালগুৰি ১৮ আগষ্ট ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ। দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই সংগঠনটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰি পেলালে সংগঠনৰ পতাকা। ঘটনা সংক্রান্তত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী। দেওবাৰে ওদালগুৰিত সংঘটিত হয় এক …