অসম পশুধন নিগমৰ উদ্যোগত আত্মনিৰ্ভৰ অসমৰ আধাৰত গুৱাহাটীত স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি মন্ত্ৰী অতুল বৰাৰ
গুৱাহাটী ৭ আগষ্ট অসম চৰকাৰৰ আত্মনিৰ্ভৰ অসম কাৰ্যসূচীৰ আধাৰত অসম পশুধন নিগমে আৰম্ভ কৰা ‘পথাৰো আমাৰ বজাৰো আমাৰ’ শীৰ্ষক পদক্ষেপ অনুসৰি শুকুৰবাৰে গুৱাহাটীৰ বামুণীমৈদামৰ অনুৰাধা চিনেমা হ’লৰ সমীপত এখনি স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি কৰে অসম চৰকাৰৰ কৃষি …