নিচাজাতীয় সমগ্রী আৰু মুকলি জুৱাৰ আড্ডাৰ ঘাটিত পৰিণত এটা বিশেষ অঞ্চল
আব্দুল হক নগৰবেৰা ৫ আগষ্ট নিচাজাতীয় সামগ্ৰী আৰু মুকলি জুৱাৰ আড্ডাৰ ঘাটিত পৰিণত হৈছে এটা বিশেষ অঞ্চল।আৰক্ষীৰ নাকৰ তলতে অঞ্চলটোত উভৈনদী নিচাজাতীয় সমগ্ৰীৰ। দেশী-বিদেশী সুৰাৰো মুক্তভাৱে ৰমৰমীয়া বেহা চলে অঞ্চলটোত। ৰাইজৰ অভিযোগ আৰক্ষীৰ সৈতে মিতিৰালি আছে নিচাজাতীয় সমগ্ৰীৰ বেহাৰ লগত …