তিনিচুকীয়াৰ সাংবাদিক হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত
প্ৰশান্ত সাহা তিনিচুকীয়া ৯ আগষ্ট তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ২৪ ঘন্টাৰ ভিতৰত তিনিচুকীয়াৰ সাংবাদিক হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্তক আটক কৰিলে তিনিচুকীয়া আৰক্ষীয়ে৷ তিনিচুকীয়া জিলাৰ ফিল’বাৰী পুৰণা বজাৰৰ আছলতি বাগ নামৰ এগৰাকী মহিলাই হত্যা কৰিছিল সাংবাদিক বিজন দ্বীপ তাঁতিক৷ …