Female TTE : প্ৰথম মহিলা টিটিই হিচাপে সৰিতা ইয়োলমোক দাৰ্জিলিং হিমালয়ান ৰে’লৱেত ট্যুৰ ডিউটিৰ নেতৃত্ব প্ৰদান
নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী, ২০২৬ : সৰিতা ইয়োলমোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (Darjeeling Himalayan Railway) প্ৰথমগৰাকী মহিলা ট্ৰেভেলিং টিকট পৰীক্ষক (টিটিই) হিচাপে “ট্যুৰ ডিউটি”ৰ দায়িত্ব গ্ৰহণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ঐতিহাসিকভাৱে প্ৰসিদ্ধ ৰে’লৱেত এক লক্ষ্যনীয় সফলতাৰ …