NF Railway : আন্তঃগাঁথনি আৰু ট্ৰেক আধুনিকীকৰণত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ঐতিহাসিক সফলতা অৰ্জন
নিউজ ডেস্ক, ২১ এপ্ৰিল, ২০২৬ : বিত্তীয় বৰ্ষ ২০২৫-২৬ ৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ট্ৰেকৰ আধুনিকীকৰণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ (Safety) দিশত উল্লেখনীয় সফলতা অৰ্জন কৰিছে যি ইয়াৰ ইতিহাসত তাৎপৰ্যপূৰ্ণভাৱে সফলতাৰ একাধিক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। এই সফলতাসমূহে দ্ৰুত …