অম্বুবাচী মেলাত পৰিবেশ সচেতনতাৰ বাবে গছপুলি বিতৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুন : কামাখ্যা মন্দিৰত অনুষ্ঠিত মহা অম্বুবাচী মেলাত লাখ-লাখ ভক্তৰ সমাগম ঘটিছে। ইয়াৰ মাজতে ভক্তৰ মাজত বিতৰণ কৰা হৈছে গছপুলি। মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পৰিৱেশ সচেতনতাৰ প্ৰচাৰ অভিযানকাৰী কনমানি সুহান মাল্লিকৰ উদ্যোগত ভক্তৰ মাজত ভিতৰত বিতৰণ …

বৰপেটা কাণ্ডক লৈ জনীয়াৰ চৌধুৰী বজাৰত চি পি আই এমৰ প্ৰতিবাদী সভা

জনীয়া, সংবাদ ৩৬৫, ২৩ জুন : যোৱা ১৮ জুনৰ নিশা জনীয়া আৰু বালিকুৰি অঞ্চলৰ কেইজনমান সংখ্যালঘু যুৱক পেটৰ তাড়নাত দিন হাজিৰা কৰিবলৈ নেপাললৈ গৈ থকাৰ পথত তেওঁলোকৰ গাড়ী আগুচি ধৰি বৰপেটা এম চি কলেজৰ সমীপত কেইজনমান উদণ্ড ৰাম সেনাৰ কৰ্মীয়ে …

দ্বীপৰ বিলত দ্বৈত ৰেলপথ নিৰ্মানৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

পলাশবাৰী, সংবাদ ৩৬৫, ২২ জুন : দ্বীপৰ বিলত দ্বৈত ৰেলপথ নিৰ্মানৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । দ্বীপৰ বিলত দ্বৈত ৰেলপথ নিৰ্মান কৰিবলৈ ৰেলবিভাগে ল’ব লাগিব চৰকাৰৰ অনুমতি । ৰেল বিভাগে ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জোৰ জবৰদস্তি কৰি …

ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনত স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী বালিপৰা আৰু ৰঙাপৰাৰ ব্লক মণ্ডল বিজেপিৰ

ৰঙাপাৰা, সংবাদ ৩৬৫, ২২জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন ।উল্লেখযোগ্য যে অসম চৰকাৰৰ মন্ত্ৰী তথা ৰঙাপৰা বিধান সভা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰঙাপৰাত উপ-নিৰ্বাচনৰ পথ প্ৰশস্ত হয়। …

খাৰুপেটীয়া কলেজৰ মেইন গেটৰ সন্মুখত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ : বঞ্চিত ছাত্র ছাত্ৰীৰ নাম ভৰ্তিৰ বাবে এই প্ৰতিবাদ

খাৰুপেটীয়া, সংবাদ ৩৬৫, ২২ জুন :  দৰং জিলাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠনৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলে কৰিলে প্ৰতিবাদ। নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্র ছাত্ৰীয়ে কৰিলে এই প্ৰতিবাদ।মহাবিদ্যালয় খনত শ্নাতক মহলাত নাম ভৰ্ত্তিকৰণৰ বাবে কৰ্তৃপক্ষই ১৪১৯ টা প্ৰ-পত্ৰ বিতৰণ কৰে …

দৰঙৰ মষ্ট ৱান্টেড বিভিন্ন ডকাইতি হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ

দৰং, সংবাদ ৩৬৫, ২২ জুন : বিগত কেইবা বছৰ ধৰি বিভিন্ন স্থানত চুৰি ডকাইতি, হত্যাকাণ্ড আদিৰ সৈতে জড়িত হৈ আৰক্ষীৰ মূৰৰ কামোৰনি হৈ পৰা ম’ষ্ট ৱান্টেড আশাবাবুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধূলা আৰক্ষীয়ে ৷ দৰঙৰ ধূলা আৰু খাৰুপেটিয়া আৰক্ষী বাহিনীৰ …

পশুধনৰ কাণ্ডাৰী নহয় মুন্না শইকীয়া : মুন্নাৰ দাৰ্জিলিংত গ্ৰেপ্তাৰ হোৱাৰ ভাবুকি ভুৱা : যোৱা পাঁচ বছৰে ছিণ্ডিকেট চক্ৰৰ উৎখাটৰ দাবী কৰি আহিছে মুন্নাই

গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুন : বিভিন্ন সময়ত চোৰাং পশুধনৰ ছিণ্ডিকেটৰ বিৰোধীতাৰে মাত মাতি আহিছে মুন্না শইকীয়াই । যোৱা ৫ টা বছৰে মুন্না শইকীয়াই এই বিষয়টোৰ সন্দৰ্ভত মাত মাতি আহিছিল । কিন্তু যোৱা ১১/০৬/২০১৯ তাৰিখে জনপ্ৰিয় টিভি চেনেল এটাত মুন্না …

বৰবাৰীত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুন : গুৱাহাটী মহানগৰীৰ দিছ্পুৰ থানাৰ অন্তৰ্গত বৰবাৰীৰ হিলটাউনৰ পথৰ দাতিত কালি নিশা আৰক্ষীয়ে এটা অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, স্থানীয় লোকে বৰবাৰীৰ হিলটাউনৰ পথৰ দাতিত এটা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক …

কেপ্তেইন ছানাউল্লাহৰ পিছত পুনৰ বিতৰ্কৰ মাজত বিদেশী ন্যায়াধীকৰণ : এইবাৰ বিদেশী ন্যায়াধীকৰণ ৰোষত পৰিল ৰিক্সাচালকৰ শিশুসহ চাৰিজনীয়া পৰিয়াল

গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুন : কেপ্তেইন ছানাউল্লাহৰ পিছত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বিদেশী ন্যায়াধীকৰণ । এইবাৰ বিদেশী ন্যায়াধীকৰণ ৰোষত পৰিল ৰিক্সাচালকৰ পৰিয়াল। সাতগাওঁৰ পুৱেৰুণ পথৰ পৰা গ্ৰেপ্তাৰ কৰা পৰিয়ালটো হৈছে নুৰ হুছেইনে আৰু তেওঁৰ পত্নী চাহাৰা খাতুন আৰু …

দৰং আৰক্ষীৰ অভিযানত আটক দুধর্ষ গঁড় চিকাৰী

দৰং, সংবাদ ৩৬৫, ২১ জুন : দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ কাষৰ পৰা বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীৰ অভিযানত আটক হয় এক দুৰ্ধৰ্ষ গঁড় চিকাৰী ৷ উদ্যান খনৰ কাষতে থকা বগৰিবাৰী চৰত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত …