কলগাছিয়াৰ খাৰবাল্লিত বিপদ সংকুল যাত্ৰা : টুলুঙা নাৱৰে বিদ্যালয়লৈ যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ

জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়াৰ গাতে লাগি থকা খাৰবাল্লি গাঁওৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে দীৰ্ঘ দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হব লগা হৈছে। খাৰবাল্লি গাঁওৰ মাজেৰে বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ …

বানপানীয়ে কোঙা কৰি গৈছে চৰ-চাপৰিবাসীক : ঘৰৰ মজিয়া সৃষ্টি হৈছে পুখুৰীলৈ

জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত চাৰি বাৰকৈ হৈ যোৱা বানপানীয়ে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাউৰঝাহি, কাচুকাটি, গলিয়া, সুঁতিৰপাথাৰ, খাৰবাল্লী, কালামপুৰ, আলিপুৰ, কইমাৰী আদি চৰ এলেকাবাসীক সৰ্বস্বান্ত কৰি থৈ গৈছে। ভয়ংকৰ বানপানীৰ সময়ত চৰৰ মানুহখিনেয়ে জীৱনৰ মায়াত ওখ …

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পলাশবাৰী আৰক্ষী থানাত : স্বামীৰ গৃহ লণ্ড ভণ্ড কৰি জ্বলাই দিলে উত্তেজিত ৰাইজে

পলাশবাৰী, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা । এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কান্দুপৰত এগৰাকী বোৱাৰীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ । ছোৱালীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক …

কলগাছিয়াৰ খাৰবাল্লীত চপৰা চপৰে খহিছে বিঘাই বিঘাই মৰাপাটৰ খেতি : এদিনতে উচন হল সুতিৰপাথাৰৰ চাৰিটাকৈ পৰিয়ালৰ ঘৰৰ ভেটি

কলগাছিয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লী আৰু সুতিৰপাথাৰ গাৱত বানপানীৰ পিছৰে পৰাই বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি এদিনতে চাৰিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উচন কৰাৰ লগতে বিঘাই বিঘাই মৰাপাট আৰু ধানৰ খেতি নদীৰ বুকুত …

চৰকাৰী বিদ্যালয়সমূহত এইবাৰ গুণোৎসৱ নহয় , হ’ব সগুণোৎসৱ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ আগষ্ট : ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত হ’ব সগুণোৎসৱ । এইবাৰ গুণোৎসৱৰ পৰিৱৰ্তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ’ব সগুণোৎসৱ । এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । অসম সৰ্বশিক্ষা অভিযানৰ মিছন …

বৰপেটাৰ গোপালপুৰত যাতায়তৰ নামত দুৰ্ভোগ ভুগিছে ৰাইজে : টুলুঙা নাৱেৰে যাতায়ত ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ

বৰপেটা, সংবাদ ৩৬৫, ২১ আগষ্ট : বাঘবৰ বিধান সভা সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপালপুৰৰ পৰা ৰহমপুৰলৈ যোৱা এইখন মূল ৰাস্তা বিগত পাঁচ বছৰ ধৰি এইদৰে জৰাজীৰ্ণ হৈ থকাৰ লগতে বানপানীৰ ফলত ঠায়ে ঠায়ে ভাঙি যোৱাত যমৰ যাতনা ভুগিব …

সদস্য ভৰ্তিৰ অভিযানে ৰাজ্যত বিজেপিৰ আসন বঢ়াব : কেন্দ্ৰৰ অভিনন্দন অসম প্ৰদেশ বিজেপিক – অৰুণ সিং

গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট : বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ সংবাদ মেল । সৰ্বানন্দ সোণোৱাল চৰকাৰক প্ৰশংসা সম্পাদকগৰাকীৰ । সম্পাদক অৰুণ সিঙে অসম প্ৰদেশ বিজেপিক অভিনন্দন জনাই কয় যে সোণোৱালে অসমৰ কল্যানৰ হকে কাম কৰিছে । সদস্যতা …

গুৰুদুজনাৰ তিৰোভাৱ তিথিত চৰকাৰী বন্ধ দিয়াতো বিবেচনা কৰিব লাগে চৰকাৰে – ৰঞ্জিত দাস

গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট : আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰত চলিছে নাম প্ৰসংগ আৰু তিথিৰ বিশেষ কাৰ্যসূচী। নামঘৰৰ এই বিশেষ কার্যসূচীত ভাগ লৈছে ভক্তগণ । পিছ পৰি ৰোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস …

গভীৰ সংকটত ভাৰতৰ চাহ উদ্যোগ : অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়লৈ চি চি পি এৰ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট : ১৭০ বছৰৰো অধিক পুৰণি আৰু ১.২ মিলিয়ন মানুহক নিযুক্তি দিয়াৰ উপৰিও ৩ মিলিয়নৰো অধিক চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল লোকক আৰু মহিলাসকলক সহায় কৰি আহিছে ভাৰতৰ চাহ উদ্যোগে । সম্প্ৰতি বহু বাধাৰ সন্মুখীন হৈছে …

কেমেৰাৰ অনুমতিৰ অবিহনে দৃশ্য গ্ৰহণ কৰাৰ অপৰাধত আটক তিনি ৱেব পৰ্টেলৰ সংবাদকৰ্মী

গুৱাহাটী, সংবাদ ৩৭৫, ২০ আগষ্ট : আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰাৰ লগতে কেমেৰাৰ অনুমতি অবিহনে দৃশ্য গ্ৰহণ কৰাৰ অপৰাধত আটক কৰা হয় তিনিজন প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব পৰ্টেলৰ সংবাদকৰ্মীক ৷ মহানগৰীৰ লখৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ কৰ্মচাৰীক ভাবুকি …