পলাশবাৰীৰ কুলসী নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ
পলাশবাৰী, সংবাদ ৩৬৫, ২৮ মে’ : দক্ষিণ কামৰূপৰ পলাশবাৰী কুলসী নদীত অঘটন । লগৰীয়াৰ সৈতে গা ধুবলৈ গৈ কুলসী নদীৰ বুকুত সন্ধাহীন হল এজন যুৱক । যোৱাকালি দুপৰীয়া সংঘটিত হয় এই ঘটনা । সন্ধাহীন যুৱকজনৰ নাম হিতেন বেজবৰুৱা । গুৱাহাটী …