শৌচাগাৰকে ব্যৱহাৰ পাকঘৰ হিচাপে : অস্বাস্থ্যকৰ পৰিৱেশত কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্য প্ৰস্তুত
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ জুলাই : যি ঘৰত ৰন্ধন কাৰ্য্য কৰা হয় সেয়ে পাকঘৰ । এটা পাকঘৰে ৰীতি-নীতি আৰু সংস্কৃতিৰ বাৰ্তা বহন কৰে । ইয়াত ৰন্ধন কাৰ্য্যৰ লগত ব্যৱহৃত সামগ্ৰীসমূহ ৰখা হয় আৰু বিভিন্ন প্ৰকাৰৰ ৰন্ধন কাৰ্য্য কৰা হয় …