মহানগৰীৰ কৃত্ৰিম বানৰ বাবে জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা : কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ সক্ষম হ’ব নে জিলা প্ৰশাসন
গুৱাহাটী, সংবাদ ৩৬৫, ১১ মে’ : ভূতৰ ওপৰত দানহ পৰাদি মাত্র এৰাতি বা এবেলাৰ বৰষুণতে গুৱাহাটীত কৃত্রিম বানত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ ৷ সাগৰ সদৃশলৈ পৰিণত হয় সমগ্র মহানগৰী ৷ স্কুলৰ ছাত্র-ছাত্রী, কার্যালয়ৰ পৰা চাকৰিয়াল ঘৰলৈ আহোঁতে কেইবা ঘণ্টা …