সংৰক্ষণৰ কথা তিলমানো নাভাবি অৰ্দ্ধশতিকাৰ গছ কাটি তহিলং খোদ বনবিভাগৰ
গুৱাহাটী, সংবাদ ৩৬৫, ২ জুলাই : যি সময়ত বহু যুৱক -যুৱতীয়ে গছ পুলি ৰুই পৰিবেশ সুন্দৰ তথা বায়ু প্ৰদূষণ ৰোধ কৰাৰ চেষ্টা কৰি আছে সেই সময়তে বনবিভাগেই বহু বছৰীয়া পুৰণি গছ কাটি তহিলং কৰিছে । উঠি অহা প্ৰজন্মৰ বাবে যেন …