ফেণীৰ প্ৰভাৱত শনিবাৰে ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন লোকৰ বাবে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান

গুৱাহাটী, সংবাদ ৩৬৫, ৫ মে’ : ফেণীৰ প্ৰভাৱত অসমত যোৱাকালি নেৰেনেপেৰা বৰষুণ আৰু বতাহ বলি থকাৰ সময়তে সন্ধিয়া ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল অঘটন । আজাৰাৰ পূৱ মাজিৰিগাওত সংঘটিত হৈছিল নাও দুৰ্ঘটনা । ৰাণী চাপৰিৰ খেতিদৰাৰ পৰা পূব মাজিৰিগাওৰ নিজ ঘৰলৈ বুলি …

মাণিকপুৰত বহাগী বিদায় উদযাপনৰ প্ৰস্তুতিঃ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ বাবে যোগাযোগ কৰিবলৈ আহ্বান

মাণিকপুৰ, সংবাদ ৩৬৫, ৫ মেঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহুৱা খেলপথাৰত অহা ২৫ বহাগ তাৰিখে বিস্তৃত কাৰ্যসূচীৰে দ্বাদশ বাৰ্ষিক মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰিব বহাগী বিদায়। উক্ত সমিতিৰ সম্পাদক শংকৰ দাস ডাঙৰীয়াই এক প্ৰেছ বিবৃতি যোগে জনোৱা মতে …

১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ মে’ : ১৫ মে’ত পুৱা ৯ বজাত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।ছেবাৰ বৰ্ডৰ সভাত শনিবাৰে এই সিদ্ধান্ত লোৱা হয় ।এছ এম এছ আৰু ছেবাৰ বিভাগীয় ৱেবচাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব …

পুনৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূব

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ মে’ : গুৱাহাটীৰ লগতে সমগ্ৰ অসমত জোকাৰি গল ভূমিকম্পই। ৪ বাজি ৩৪ মিনিটত অনুভূত হল ভূমিকম্পৰ জোকাৰণি । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৫.১। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ সীমান্ত । এপ্ৰিল মাহটো অনুভূত হৈছিল ৪টা জোকাৰণি। ৪ …

অৰুণাচলৰ দূৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ দুগৰাকী অসমীয়া কিশোৰী : বন্দীত্ব জীৱনৰ অৱসান ঘটাই স্ব-গৃহত অণু আৰু অৰুণা মুণ্ডা

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৪ মে’ : দৰিদ্ৰতাই হেৰুৱাব পাৰে জীৱন যৌৱন ৷ দৰিদ্ৰতাৰ বাবেই অনাকাংক্ষিত বিচ্ছেদ আহিব পাৰে মানুহৰ জীৱননৈ ৷ দৰিদ্ৰতাৰ বাবে কটাব লাগিব পাৰে বন্দীত্ব জীৱন ৷ এনে এক হৃদয় জোঁকাৰি যোৱা ঘটনাই পোহৰলৈ আহিছে বিহালীত ৷ …

পৰকীয়া প্ৰেমৰ বাবেই বঙাইগাঁওৰ শলমাৰীত ৬ মহীয়া গৰ্ভৱতী পত্নীক হত্যা : এম্বুলেঞ্চত উঠাই দি পলায়ন স্বামী জাকিৰ হুছেইন

বঙাইগাঁও, সংবাদ ৩৬৫, ৪ মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত শলমাৰীত পৰকীয়া প্ৰেমৰ বাবে গৰ্ভৱতী পত্নীক হত্যা কৰা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি কোকিলা গাওঁৰ ময়নাল হকৰ কন্যা মফিদা খাতুনৰ …

দিব্যাংগসকলৰ বাবে দুদিনীয়া “দিব্যাংগ জ্যোতি মহোৎসৱ”

গুৱাহাটী, সংবাদ ৩৬৫, ৪মে’ : কেয়াৰ ইউ ৩৬৫ য়ে বিগত বছৰৰ দৰে এইবাৰো অসমৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলক লৈ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে দুদিনীয়া “দিব্যাংগ জ্যোতি মহোৎসৱ” – ২০১৯ অহা ৫ আৰু ৬ মে’ তাৰিখে আয়োজন কৰিবলৈ লোৱা হৈছে। দিব্যাংগ ছাত্র-ছাত্ৰীসকলক …

ফণীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৪০খনৰো অধিক বিমান বাতিল : হাহাকাৰময় পৰিস্থিতিত যাত্ৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ মে’ : ইতিমধ্যে ফণীৰ প্ৰৱেশ ঘটিছে পশ্চিম বংগত । লাহে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ-উত্তৰ পূৰ্বাঞ্চলত। যাৰ বাবে বৰঝাৰ বিমানবন্দৰত বাতিল হ’ল ৪০খনৰো অধিক বিমান । ফণীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কলিকতা,ইম্ফল,আগৰতলা,হাইদৰাবাদৰ আটাইকেইখন বিমান বাতিল কৰা …

পলাশবাৰী আৰক্ষীৰ সাফল্য : উদ্ধাৰ চাৰিখনকৈ চুৰি বাইক

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৪ মে’ : দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত বহু গাড়ী চুৰি হোৱা ঘটনাই আৰক্ষীৰ বাবে মূৰৰ কামোৰনি হৈ পৰিছিল । দিন-দুপৰতে সঘনাই চুৰি হৈ আহিছিল বহু বাইক । যাৰ ফলত সৰ্বসাধাৰন ৰাইজ আজি কিছুদিন ধৰি …

প্ৰশাসনীয় সেৱাৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰবৰ্তনেৰে ইউ এছ টি এমৰ নতুন পদক্ষেপ

গুৱাহাটী, সংবাদ ৩৬৫, ৪ মে’ : দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্নাতক পৰ্য্যায়ত এক নতুন পাঠ্যক্ৰমৰ সূচনা কৰিছে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনল’জী, মেঘালয়ে । এই তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে স্নাতক ডিগ্ৰী অর্জন কৰাৰ …