আপুনি এজন সুদক্ষ ৰাজনৈতিক নেতা হ’ব বিচাৰে নেকি ? যদি বিচাৰে এই কৌশল প্ৰয়োগ কৰক !
গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুন : ৰাজনৈতিক নেতা হ’বলৈ ইচ্ছা কৰা ব্যক্তিসকলৰ বাবে সুখবৰ কিয়নো ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে এটি নতুন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে । স্নাতকোত্তৰ পাঠ্যক্ৰমত এনে এক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে য’ৰ পৰা ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্রীকে তৈয়াৰ …