সাংবাদিকৰ আক্ৰমণৰ বিৰুদ্ধে তিতাবৰত প্ৰতিবাদ গ্ৰাম্য সাংবাদিক সন্থাৰ : ন্যায্যপ্ৰাপ্তিৰ বাবেই সাংবাদিকৰ এই প্ৰতিবাদ : মন্ত্ৰী অতুল বৰা
তিতাবৰ, সংবাদ ৩৬৫, ৩ মে : ৰাজ্যত সঘনাই সংঘটিত হোৱা সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তিতাবৰত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি সাংবাদিক সকল আক্ৰমণৰ বলি হব লগা হৈছে। সাংবাদিকৰ এই আক্ৰমণৰ ঘটনা অতি …