দৰং আৰক্ষীৰ অভিযানত আটক দুধর্ষ গঁড় চিকাৰী
দৰং, সংবাদ ৩৬৫, ২১ জুন : দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ কাষৰ পৰা বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীৰ অভিযানত আটক হয় এক দুৰ্ধৰ্ষ গঁড় চিকাৰী ৷ উদ্যান খনৰ কাষতে থকা বগৰিবাৰী চৰত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত …