ডি’ ভোটাৰ আৰু ফৰেনাৰ্চ ঘোষণা কৰা মহিলা আৰু কিশোৰীৰ ওপৰত বৰপেটা আৰক্ষীৰ গুণ্ডাগিৰী
বৰপেটা, সংবাদ ৩৬৫, ১ মে’ : বৰপেটা জিলাৰ জনীয়াৰ ছাপৰা গাঁৱত আৰক্ষীৰ সন্ত্ৰাস। বিদেশী বুলি ঘোষণা হোৱা এগৰাকী মহিলাৰ পৰিবৰ্তে অন্য এগৰাকী মহিলা আৰু কিশোৰীক বলপূৰ্বক উঠাই লোৱাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী আতংক। ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল-সংগঠনৰ। ”ডি” ভোটৰ নামত …