কোটি টকীয়া সম্পত্তি বেদখল ঘৰ জোঁৱায়েকৰ : ন্যায়ৰ আশাত বৃদ্ধা

জনীয়া, সংবাদ ৩৬৫, ১৪ জুন : এগৰাকী অসহায় বৃদ্ধাৰ কৰুণগাঁথা। জীৱনৰ বিয়লি বেলাত সৰ্বহাৰা হৈ অকলশৰীয়া দিন অতিবাহিত কৰিছে ৮০ উৰ্ধৰ বৃদ্ধা গৰাকীয়ে। কলগাছিয়াৰ দেউকুৰা গাঁৱৰ এসময়ৰ কোটি টকীয়া সম্পত্তিৰ মালিকনী বৃদ্ধাগৰাকী বৰ্তমান পথৰ ভিক্ষাৰী। ঘৰ জোঁৱায়েকে ছলকৰি সকলো সম্পত্তি …

এজাক বৰষুণতে পানীৰ তলত বুৰ যায় স্মাৰ্ট চিটী

গুৱাহাটী, সংবাদ ৩৬৫, ১৪জুন : গুৱাহাটী মহানগৰীত এজাক বৰষুণতে হোৱা কৃত্ৰিম বানপানী এতিয়া আৰু নতুন কথা হৈ থকা নাই। বাৰিষাৰ দিন কেইটা অহাৰ লগে লগে নদী কাষৰীয়া ঠাইৰ মানুহ যেনেদৰে শংকিত হৈ পৰে ঠিক সেইদৰে বিৰক্তিবোধ কৰে মহানগৰবাসীয়ে। কাৰণ এটা …

পুনৰ দেশবাসীৰ বাবে নিজকে উছৰ্গিত কৰিলে দুমাহ পূৰ্বে বৈবাহিক জীৱন আৰম্ভ কৰা বীৰ জোৱানে : শ্বহীদ হ’ল সুনিল কলিতা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : পুনৰ দেশমাতৃৰ বাবে শ্বহীদ হ’ল অসম সন্তান সুনিল কলিতা। উল্লেখযোগ্য যে ২৮ মে’ত ঝাৰখণ্ডত মাওবাদী আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল সুনীল কলিতা আৰু চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে …

সাতগাওঁত গ্ৰেপ্তাৰ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত দম্পত্তি : মোটা অংকৰ ধনৰ বিনিময়ত বিভিন্ন গ্ৰাহকৰ হাতত তুলি দিছিল ১৩ বছৰীয়া শিশু

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুন : গুৱাহাটী পাঞ্জাবাৰী নামঘৰ পথত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ ঘাটি উৎখাত কৰাৰ পিছতেই নিতৌ পোহৰলৈ আহিছে নতুন নতুন তথ্য। নাৰীদেহ ব্যৱসায়ী চক্ৰৰ গোচৰত কৃষি বিষয়া মদন মোহন দেউৰী ভৰালীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীৰ জালত পৰিল এহাল …

“বিশ্ব ৰক্তদাতা দিৱস”

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : আজি “বিশ্ব ৰক্তদাতা দিৱস”। কোৱা হয় যে ৰক্ত দান মহান দান । এই কথাষাৰৰ লগত সকলোৱেই পৰিচিত। তেজৰ এ বি অ গ্ৰুপৰ আৱিষ্কাৰক ন’বেল বঁটা বিজয়ী বিজ্ঞানী কাৰ্ল লেণ্ডস্টেইনাৰৰ জন্ম দিনৰ সৈতে সংগতি …

নিজ মাতৃভূমি আহি পালে শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰদেহ

পলাশবাৰী, সংবাদ ৩৬৫, ১৩ জুন : জম্মু–কাশ্মীৰত শ্বহীদ হ’ল আন এগৰাকী অসমীয়া বীৰ সন্তান। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা এইগৰাকী বীৰ অসমীয়া হৈছে নলবাৰী জিলাৰ নিৰোদ শৰ্মা। চি আৰ পি এফৰ শ্বহীদ বিষয়াজনৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত বুলি জানিব …

পলাশবাৰীৰ তাতিবামাত মহিলা নিৰুদ্দেশ

পলাশবাৰী, সংবাদ ৩৬৫, ১৩জুন : পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিহাটৰ নিৰলপুৰৰ পৰা এগৰাকী মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জানিব দিয়া মতে যোৱা ৪ জুনতেই ৰীতা হাজৰিকা নামৰ মহিলাগৰাকীয়ে নিৰলপুৰৰ অমৃত কলিতাৰ ভাড়াঘৰৰপৰা গুৱাহাটীলৈ যাম বুলি …

এন আৰ চিত নাম সোমোৱাৰ নামত ১০ হাজাৰ টকা লৈ গ্ৰেপ্তাৰ হ’ল এন আৰ চিৰ কৰ্মচাৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জুন : এন আৰ চিৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। গণেশগুৰিস্থিত এন আৰ চিৰ সেৱা কেন্দ্ৰত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এন আৰ চিৰ দুই কৰ্মচাৰী। উল্লেখ্য যে এন আৰ চিত নাম সোমোৱাৰ নামত ১০ হাজাৰ …

৩ বছৰ বয়সৰ পৰা আৰম্ভ হ’ব স্কুলীয়া শিক্ষা : বিলুপ্তি সাধন হ’ব জুনিয়ৰ কলেজৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জুন : পূৰ্বৰ শিক্ষা নীতিৰ সালসলনি কৰি নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ প্ৰৱৰ্তন কৰা হৈছে । এইবাৰৰ শিক্ষানীতিত ৩ বছৰৰ বয়সৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ হ’ব। অৰ্থাৎ ২০০৯ ৰশিক্ষাৰ অধিকাৰ আইনক বিস্তাৰিত কৰি পূৰ্বৰ ৬ – …

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব দৰঙৰ ৰোহি চালমা আজিজে

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব দৰঙৰ ৰোহি চালমা আজিজে মঙলদৈ, সংবাদ ৩৬৫, ১৩ জুন : এন চি ই আৰ টি নতুন দিল্লীত ১৮ জুনৰ পৰা ২০ জুনলৈ অনুস্থিত হব ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ ৷ এই অলিম্পিয়াডত …