এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত ভাষিক সংখ্যালঘু লোকক সন্দেহযুক্ত নাগৰিক বুলি হাৰাশাস্তিৰ প্ৰতিবাদত ধৰ্মঘট কার্যসূচী
কালগাছিয়া, সংবাদ ৩৬৫, ১৩ মে’ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ধর্মীয় আৰু ভাষিক সংখ্যালঘু লোকক সন্দেহযুক্ত নাগৰিক বুলি ভুৱা আপত্তি দৰ্শাই কৰি অহা হাৰাশাস্তিৰ প্ৰতিবাদত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট …