এতিয়াৰে পৰা ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ মইমতালি আৰু নচলিব : ৰোগীৰ মৃত্যু হ’লে চিকিৎসালয় কৰ্তৃপক্ষই আৱদ্ধ কৰি ৰাখিব নোৱাৰিব ৰোগীৰ মৃতদেহ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ মাৰ্চ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যধে-মধে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰোগীক মাধ মাৰ শোধোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে দিল্লীৰ উচ্চ ন্যায়ালয়ে । এতিয়াৰে …