বিগত বৰ্ষৰ দৰে এইবাৰো বানে গৰকা ধেমাজিয়ে ৮৩.২৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে লাভ কৰিছে জিলা ভিত্তিত প্ৰথম স্থান

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।  এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৩৬,২০৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ২,০২,৫০৮গৰাকীৰ ছাত্ৰ-ছাত্ৰী । বিগত বৰ্ষৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ বেছি …

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান দখল বিতোপন কলিতাৰ

মিৰ্জা, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধাৰাপুৰ কোছপাৰাতো আনন্দৰ জোৱাৰ । এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মিৰ্জাৰ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ ছাত্ৰ বিতোপন কলিতাই ৫৮৩ নম্বৰেৰে দখল কৰিলে দশম …

ফলাফলৰ পাছতেই মেঘাশ্ৰীৰ ঘৰত উচুপনি : পৰীক্ষাৰ প্ৰস্তুতিৰ আৰম্ভণিতেই মেঘাশ্ৰীয়ে হেৰুৱাইছিল পিতৃক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ মে’ : অৱশেষত সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসমৰ ভিতৰতে নাৰায়ণপুৰৰ শংকৰদেৱ শিশু বিদ্যা নেকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই মুঠ ৫৯৪ নম্বৰেৰে প্ৰথম স্থান …

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভেৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই কঢ়িয়াই আনিলে সুনাম

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । প্ৰথম স্থান লাভেৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰাই কঢ়িয়াই আনিলে সুনাম। দ্বিতীয় স্থানত আছে চিন্ময় হাজৰিকা, ডনবস্কো হাইস্কুল, বাঘচোং, যোৰহাট আৰু গুৱাহাটীৰ ছেইণ্টমেৰিজ …

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : ১৭ তাৰিখৰ পৰা বহী পুনঃৰীক্ষণ আৰু কমপাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ১৩ টা ৱেবচাইটত ইতিমধ্যে উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফলসমূহ । ছেৱাৰ ১৩ টা ৱেবচাইট আৰু ১ টা মোবাইল এপ আছে যৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল চাই …

শুনানিৰ সাক্ষী দিবলৈ আহি এন আৰ চিত কৰ্মৰত বিষয়াৰ হাতত নিৰ্যাতনৰ বলি পুৰুষ আৰু মহিলা

বৰপেটা, সংবাদ ৩৬৫, ১৪ মে’ : এন আৰ চিৰ দাবী পৰ্বৰ শুনানিত সাক্ষী দিবলৈ আহি এন আৰ চিত কৰ্মৰত বিষয়াৰ হাতত শাৰীৰিক নিৰ্যাতনৰ বলি হ’ব লগা হল এক পুৰুষ আৰু মহিলা। ঘটনা বিৱৰণী মতে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অধীনত …

বেহৰবাৰীৰ ব্ৰহ্মপুত্ৰ কাটাৰত চি আই ডিৰ অভিযান

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : মহানগৰীত চি আই ডি ৰ অভিযান । অভিযানত জব্দ দুখনকৈ বৰ্হি ৰাজ্যলৈ যোৱা ১২ চকীয়া ট্ৰাকৰ লগতে বৃহৎ পৰিমাণৰ ফেন্সীদাইল । এন এল ০১ এ ডি ২৫০৫ নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ফেন্সীদাইল …

ৰাজনীতিৰ মেৰপাকত এ পি এছ চি : ছিণ্ডিকেটৰাজত জড়িত আছে নেকি দিছ্পুৰ আৰক্ষী 

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : এ পি এছ চি কেলেংকাৰীৰ সঠিক তদন্ত আৰু ছিণ্ডিকেটৰাজ বন্ধৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ । মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি পৰিষদে কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰে যিমানেই এ পি এছ চি অসোৱাহ মুক্ত …

লোকসভা নিৰ্বাচনক লৈ পৰ্যালোচনা অগপৰ কাৰ্য্যালয়ত

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক। বৈঠকৰ অন্তত প্ৰফুল্ল কুমাৰ মহন্ত মন্তব্য “লোকসভাৰ নিৰ্বাচনক লৈ পৰ্যালোচনা চলিছিল বৈঠকত। ফলাফল ঘোষণাৰ পাছতো পৰ্যালোচনা হ’ব। কেৱৰ বিৰোধিতা কৰাটো দলৰ সিদ্ধান্ত আছিল, অকল অসম সংগ্ৰামী মঞ্চৰ …

বিক্ৰমৰ যাদুৰ বাকচত বন্দী আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল : এইবাৰৰ ফলাফল মানুহে ভাবি থকাৰ দৰে নহয় – বিক্ৰম

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত যাদুৰ সজাগতা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টাৰে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ সঠিক ভবিষ্যদ্বাণী কৰিছিল যাদুৰ সম্ৰাট বিক্ৰমে । ২০১৪ৰ ভৱিষ্যদ্বাণী এশ শতাংশই শুদ্ধ প্ৰমাণিত হোৱাৰ …